ৰহমতে ইলাহী আল্লাহ তালাহ কৰুণামই আৰু অতি দয়ালু আৰু সকোলো ৰহমৰ পৰা ৰহমকাৰী আৰ্-ৰাহমান, আৰ-ৰাহীম যাৰ ৰহমত সমূহেই পাই। কোৰআন আল্লাহ তালাই কয় যে-কিন্তু মোৰ কৰুণা সকলো বস্তুতে ব্যাপ্ত(আল-আৰাফঃ-১৫৬) وَرَحْمَتِي وَسِعَتْ كُلَّ شَيْء (الأعراف:156) আৰু কৈছে যে-আল্লাহ তালাহ তেওঁলোকৰ বাবে অতি নম্ৰ আৰু দয়ালু (আত-তৌবাহঃ-১১৭) إِنَّهُ بِهِمْ رَءُوفٌ رَحِيمٌ (التوبة:117) আৰু কৈছে যে- নিশ্চয় আল্লাহৰ কৰুণা সতকৰ্মীসকলৰ নিচেই সমীপত (আল-আৰাফঃ-৫৬) إِنَّ رَحْمَتَ اللَّهِ قَرِيبٌ مِنَ الْمُحْسِنِينَ (الأعراف :56) আৰু কৈছে যে-আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু। তেওঁ যাক যি ইচ্ছা কৰে তাকে দান কৰে তেওঁ অতি শক্তিমান প্ৰবল পৰাক্ৰমী(আশ্ব-শ্বুৰাঃ-১৯) اللَّهُ لَطِيفٌ بِعِبَادِهِ يَرْزُقُ مَنْ يَشَاءُ وَهُوَ الْقَوِيُّ الْعَزِيزُ (الشورى:19) হাদীছ আবু হুৰাইৰাহ ৰাঃ-ৰ পৰা বৰ্ণিত ৰাছূল ছাঃ কৈছে যে- আল্লাহ তালাৰ এক শ ৰহমত আছে তাৰ পৰা এটা ৰহমত সাৰ্বভূমিকক দিছে যি ৰহম, (দয়া) এজনে আনজনক কৰে আৰু আল্লাহ তালাই ৯৯ ৰহমত ৰাখি দিছে নিজৰ বাবে কিয়ামতৰ দিনা নিজৰ বান্দাৰ ওপৰত কৰিব (মুছলিমঃ-৬৯০৮) ওমৰ বিন খাত্তাব ৰাঃ-ৰ পৰা বৰ্ণিত যে- ৰাছূল ছা-ৰ ওচৰত কিছুমান কাইদী আহিছে তাৰ ভিতৰত এজনী মহিলা আছিল আৰু তাই নিজৰ পোৱালিক বিচাৰি আছিল পিছত পায় তাই বুকুত লৈ গাখিৰ দি আছিল এই দৃষ্যটো চাই ৰাছূল ছাঃ- আমাক (চাহাবাক) কৈছে তোমালোকৰ কি কল্পনা এই মহিলা জনী নিজৰ পোৱালিক জুইত পেলাবলৈ ইচ্ছা কৰিব, তেতিয়া আমি(চাহাবা সকলে) উত্তৰ দিছিলো আল্লাহৰ শপত খাই, এইটো হ’ব নোৱাৰে, তেতিয়া ৰাছূল ছাঃ কৈছিল আল্লাহ তালাই নিজৰ বান্দাৰ লগত এই মহিলাত কৈ অতি আৰু বহুত বেছি দয়ালো (বুখাৰীঃ-৫৬৫৩)(মুছলিমঃ-৬৯১২১) ছলমান ফাৰছি ৰাঃ-ৰ পৰা বৰ্ণিত যে ৰাছূল ছাঃ- কৈছে আল্লাহ তালাই যেতিয়া পৃথিৱী আৰু ভূমণ্ডল সৃষ্টি কৰিছে সেই দিনাই এক শ ৰহমত সৃষ্টি কৰিছে প্ৰত্যক ৰহমত ইমান ডাঙৰ যিমান পৃথিৱী আৰু আকাশৰ মাজত দূৰত্, তাৰ পৰা এটা ৰহমত পৃথিৱীত দিছে যাৰ কাৰণে মা সন্তানক মৰম কৰে, জন্তু আৰু পাখিবোৰে একে আনক মৰম কৰে, আকৌ যেতিয়া কিয়ামত হ’ব তেতিয়া আল্লহ তালাই বাকীবোৰ সম্পূৰ্ণ কৰিব মখলোকৰ বাবে (মুছলিমঃ-২৭৫৩) ৰহমতে ইলাহীৰ কিছুমান ভাবনা আৰু আল্লাহ তালাই নিজৰ বান্দাৰ ওপৰত ৰহমতেই কৰিয়ে থাকে যে তেওঁ মানুহৰ বাবে ৰাছূল পঠিয়াইছে আৰু কিতাপ, শ্বৰিয়ত নাজিল কৰিছে যাতে মানুহৰ জীৱন ভাল হয়। আৰু মানুহে আৰামৰ জীৱন আৰু শুদ্ধ ৰাস্তা পায় যেনে আল্লাহ তালাই কৈছে যে—আৰু হে নবী আমি যে তোমাক প্ৰেৰণ কৰিছো সেয়া জগতবাসীৰ কৰণে আমাৰ এটি কৰুণা।(আল-আনবিয়াঃ-১০৭) وَمَا أَرْسَلْنَاكَ إِلَّا رَحْمَةً لِلْعَالَمِينَ (الأنبياء:107) আৰু কৈছে যে—সুসংবাদ দিয়া আৰু সতৰ্কবাণী শুনোৱাৰ বাহিৰে আমি ৰাছূলসকলক (আন উদ্দেশ্যে) পঠোৱা নাই। সেয়ে যেয়ে তেওঁলোকক বিশ্বাস কৰে আৰু নিজকে সংশোধন কৰে, তেওঁলোকৰ বাবে ভয় আৰু দুশ্তিন্তাৰ কাৰণ নাই। (আন-আমঃ-৪৮) وَمَا نُرْسِلُ الْمُرْسَلِينَ إِلَّا مُبَشِّرِينَ وَمُنْذِرِينَ فَمَنْ آمَنَ وَأَصْلَحَ فَلَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ (الأنعام:48) এই আল্লাহ তালাৰ ৰহমত যে তেওঁ নিজৰ বান্দাৰ পৰা তৌবাহ কবুল কৰে আৰু মানুহৰ দিন ৰাতি কৰা পাপ সমূহ মাফ কৰি দিয়ে। যেনে আল্লাহ তালাই কয় যে- (হে নবী মোৰ হৈ এই কথা) তোমালোকৰ যিবিলাকে নিজেই নিজৰ প্ৰতি অতিচাৰ কৰিছাহ’ক, আল্লাহৰ কৰুণাৰ পৰা নিৰাশ নহ’বা নিশ্চয় আল্লাহে সকলো পাপ মাৰ্জনা কৰি দিয়ে। প্ৰকৃততে তেওঁ অতি ক্ষমাশীল, পৰম দয়ালু। (আজ-জুমৰঃ-৫৩) قُلْ يَا عِبَادِيَ الَّذِينَ أَسْرَفُوا عَلَى أَنْفُسِهِمْ لَا تَقْنَطُوا مِنْ رَحْمَةِ اللَّهِ إِنَّ اللَّهَ يَغْفِرُ الذُّنُوبَ جَمِيعًا إِنَّهُ هُوَ الْغَفُورُ الرَّحِيمُ (الزمر:53) আৰু কৈছে যে—তেৱেঁই সেইজন, যিজনে তেওঁৰ বান্দাক ক্ষমা প্ৰাৰ্থনা গ্ৰহণ কৰে আৰু সকলো ধৰণৰ অপকৰ্ম মাৰ্জনা কৰে আৰু তোমালোকৰ কৰ্ম সম্পৰ্কে তেওঁ অৱগত।(আশ্ব-শ্বুৰাঃ-২৫) وَهُوَ الَّذِي يَقْبَلُ التَّوْبَةَ عَنْ عِبَادِهِ وَيَعْفُو عَنِ السَّيِّئَاتِ وَيَعْلَمُ مَا تَفْعَلُونَ (الشورى:25) আবু মূছা আশ্ব-আৰী ৰাঃ-ৰ পৰা বৰ্ণিত ৰাছূল ছাঃ কৈছে যে নিশ্চয় আল্লাহ তালাই ৰাতিত নিজৰ সন্মানি হাত ওলাই যাতে দিনত পাপ কৰা বেক্তি সকলে তৌবাহ কৰে আৰু দিনত হাত ওলাই যাতে ৰাতিত পাপ কৰা বেক্তি সকলে তৌবাহ কৰে গধূলি (মাগৰিব) পৰ্যন্ত্য।(মছলিমঃ-২৭৫৯) আব্দুল্লাহ বিন মাছ-ওদ ৰাঃ-ৰ পৰা দূটা হাদীছ বৰ্ণিত এটা ৰাছূল ছাঃ ৰ পৰা আৰু এটা নিজেই বয়ান কৰিছে যে মমিন সকলে নিজৰ পাপক অনুভাব কৰে যেনে কোনো পাহাৰৰ তলত বহি আছে আৰু তেওঁ ভয় খায় যে তাৰ ওপৰত ঘহি নপৰে আৰু অমমিন সকলে নিজৰ পাপ মৌমাছি নিচিনা পাতল ভাবে যেনে নাকৰ ওচৰতে গৈছে নিজৰ হাত দি খেদি দিলে । আবু শ্বিহাব নাকত নিজৰ হাত দি ইশ্বাৰা দি অৱস্থাটো কলে আৰু ৰাছূল ছাঃ ৰ হাদীছ বয়ান কৰিলে যে আল্লাহ তালাই নিজৰ বান্দাৰ তৌবাহ কৰাৰ বাবে আল্লাহ তালাই বহুত আনন্দ হয় উদাহৰণ স্বৰূপে কোনো ব্যক্তি ভয়ানক ঠাইত ৰখিলে তাৰ লগত তাৰ অশ্বচালনা আৰু খোৱা লোৱাৰ বস্তুও আছে আৰু তেওঁ টুপুনি গলে আৰু যেতিয়া হাৰ পালে তাৰ অশ্বচালনা নেপালে শেষত ভোকত আৰু মন বেজাৰত আকৌ নিজৰ ঠাইত আহি টুপনি গলে, অলপ সময় পিছত হাৰ পায় তাৰ নিজৰ অশ্বচালনা পালে, ভাবি চোৱা তেওঁ কিমান আনন্দ ভোক কৰিব (বুখাৰীঃ-৬৩০৮) عَنِ النَّبِيِّ صلى الله عليه وسلم وَالآخَرُ عَنْ نَفْسِهِ قَالَ إِنَّ الْمُؤْمِنَ يَرَى ذُنُوبَهُ كَأَنَّهُ قَاعِدٌ تَحْتَ جَبَلٍ يَخَافُ أَنْ يَقَعَ عَلَيْهِ وَإِنَّ الْفَاجِرَ يَرَى ذُنُوبَهُ كَذُبَابٍ مَرَّ عَلَى أَنْفِهِ فَقَالَ بِهِ هَكَذَا قَالَ أَبُو شِهَابٍ بِيَدِهِ فَوْقَ أَنْفِهِ ثُمَّ قَالَ لَلَّهُ أَفْرَحُ بِتَوْبَةِ عَبْدِهِ مِنْ رَجُلٍ نَزَلَ مَنْزِلاً وَبِهِ مَهْلَكَةٌ وَمَعَهُ رَاحِلَتُهُ عَلَيْهَا طَعَامُهُ وَشَرَابُهُ فَوَضَعَ رَأْسَهُ فَنَامَ نَوْمَةً فَاسْتَيْقَظَ وَقَدْ ذَهَبَتْ رَاحِلَتُهُ حَتَّى اشْتَدَّ عَلَيْهِ الْحَرُّ وَالْعَطَشُ ، أَوْ مَا شَاءَ اللَّهُ قَالَ أَرْجِعُ إِلَى مَكَانِي فَرَجَعَ فَنَامَ نَوْمَةً ثمَّ رَفَعَ رَأْسَهُ فَإِذَا رَاحِلَتُهُ عِنْدَهُ. আৰু আল্লাহ তালাৰ ৰহমত কিয়ামতৰ দিনা মমিন সকলক জান্নাতত প্ৰবেশ কৰিব, কিন্তু কোনো ব্যক্তি নিজৰ আমলৰ দ্ধাৰা জান্নাতত প্ৰবেশ কৰিব নোৱাৰে যেনে ৰাছূল ছাঃ কৈছে যে- কোনো ব্যক্তি নিজৰ আমলৰ দ্ধাৰা জান্নাতত প্ৰবেশ কৰিব নোৱাৰিব চাহাবা ৰাঃ সুদিলে এই আল্লাহৰ ৰাছূল আপোনিও প্ৰবেশ কৰিব নোৱাৰে?তেতিয়া ৰাছূল ছাঃ কৈছিল ময়ো নোৱাৰিম। কিন্তু মোক আল্লাহ তালাই নিজৰ ৰহমত আৰু ফজলত ৰাখিব, শুনা তোমালোকে মাজৰ (সৰল) ৰাস্তা ধৰিবা আৰু মুদ্ৰাস্ফীতি ও বিচ্ছুৰিততা পৰা দূৰত থাকিবা আৰু তোমালোকে মৃত্যুৰ শ্বাসাঘাত নকৰিবা আৰু ভাল কাম কৰি থাকিবা আৰু যদি পাপিষ্ট তেতিয়া তোমালোকে তৌবাহ কৰিবা (বুখাৰীঃ-৫৩৪৯)(মুছলিমঃ-৭০৪২) عَنْ سَعِيدِ بْنِ جُبَيْرٍ ، قَالَ : قُلْتُ لاِبْنِ عُمَرَ رَجُلٌ قَذَفَ امْرَأَتَهُ فَقَالَ فَرَّقَ نَبِيُّ اللهِ صلى الله عليه وسلم بَيْنَ أَخَوَيْ بَنِي الْعَجْلاَنِ وَقَالَ اللَّهُ يَعْلَمُ أَنَّ أَحَدَكُمَا كَاذِبٌ فَهَلْ مِنْكُمَا تَائِبٌ فَأَبَيَا فَقَالَ اللَّهُ يَعْلَمُ أَنَّ أَحَدَكُمَا كَاذِبٌ فَهَلْ مِنْكُمَا تَائِبٌ فَأَبَيَا فَفَرَّقَ بَيْنَهُمَا. মমিন সকলৰ উচিত যে আল্লাহ তালাৰ পৰা ৰহমতৰ প্ৰত্যাশিত আৰু তাৰ আঝাবৰ পৰা ভয় কৰা তেওঁলোক যাতে মাজৰ ৰাস্তাত ৰৈ যেন, কিয়নো আল্লাহ তালাই কয় যে—(হে নবী)মোৰ বান্দাসকলক জনাই দিয়া যে মই অতি ক্ষমাশীল পৰম দয়ালু। আনহাতে মোৰ শাস্তিও অতি যন্ত্ৰণাদায়ক শাস্তি। (আল-হিজৰঃ-৪৯-৫০) نَبِّئْ عِبَادِي أَنِّي أَنَا الْغَفُورُ الرَّحِيمُ (49) وَأَنَّ عَذَابِي هُوَ الْعَذَابُ الْأَلِيمُ আল্লাহ তালাৰ ৰহমতৰ দুটা ভাগ ১. সকলোৰেই ওপৰত ৰহমত ২. নিদ্ৰিষ্ট ৰহমতঃ- ১. সকলোৰেও ওপৰত ৰহমতঃ- যিটো সকলো সৃষ্টিৰে ওপৰত আছে কুফ্ফাৰ আৰু মুশ্বৰিকৰ ওপৰতো আছে এই ৰহমতৰ দ্বিতীয় নাম দুনিয়াৰ ৰহমত যেনে আল্লাহ তালাই কৈছে-হে আমাৰ প্ৰতিপালক তোমাৰ দয়া আৰু জ্ঞান সকলোতে ব্যাপ্ত।(গাফিৰঃ-৭) ২. নিদ্ৰিষ্ট ৰহমতঃ-যিটো নিজৰ মুমিন বান্দাৰ বাবে নিদ্ৰিষ্ট ৰাখিছে এইটো দ্ধীনী আৰু দুনিয়া আৰু আখিৰাতৰ বাবে ৰহমত, মানি লোৱা সহজ, পাপৰ পৰা দূৰত থকা শুদ্ধ পথত অটল থকা জান্নাতৰ ইচ্ছা আৰু জাহান্নামৰ পৰা ভয় অৱস্থাত প্ৰকাশ হয় ।যেনে আল্লাহ তালাহ কৈছে যে-তেৱেঁই তোমালোকৰ প্ৰতি কৰুণা বৰ্ষণ কৰে আৰু তেওঁৰ ফিৰিস্তাসকলে তোমালোকৰ বাবে কৰুণা প্ৰাৰ্থনা কৰে যাতে তেওঁ তোমালোকৰ অন্ধকাৰৰ পৰা পোহৰলৈ আনে তেওঁ মুমিলসকলৰ প্ৰতি কৰুণাময় (আল-আহজাবঃ-৪৩) هُوَ الَّذِي يُصَلِّي عَلَيْكُمْ وَمَلَائِكَتُهُ لِيُخْرِجَكُمْ مِنَ الظُّلُمَاتِ إِلَى النُّورِ وَكَانَ بِالْمُؤْمِنِينَ رَحِيمًا (43) আৰ-ৰাহমান আৰু আৰ-ৰাহীম আল্লহ তালাৰ নামৰ মাজত দুটা নাম যিটো আল্লাহৰ গুণ ৰহমতত প্ৰকাশ হয়। আৰ-ৰাহমন আল্লাহৰ সম্প্ৰসাৰিত ৰহমত আৰু আৰ-ৰাহীম ৰহমতক সৃষ্টিৰে লৈকে পঠিয়াবলৈ হয়, ফলত আৰ-ৰাহমান সম্প্ৰসাৰিত ৰহমত হয় আৰু আৰ-ৰাহীম ৰহমতক পঠিয়াবলৈ হয়। আৰু চোৱা আল্লাহ, ৰাছূলুল্লাহ, ৰহমতুল আলামীন, ইছলাম, ঈমান ইত্যাদি হাৱালা সমূহ শ্বৰ্হু আক্বীদাতুল ৱাছাতিয়া-শ্বেখ মোঃ বিন চালেহ ওচাইমিন /ফিকহু আছমা-উল হুচনা-শ্বেখ আব্দুৰ ৰাজ্জাক বিন আব্দুল মুহচিন আল-বদৰ |