মোহাম্মদ (ﷺ), অমুছলিম জ্ঞানীলোকৰ ওচৰত


আল্লাহ তালাই মোহাম্মদ () ক ৰাছূল বনাই প্ৰেৰণ কৰিছে, আনহাতে কোৰআন দি আল্লাহৰ প্ৰতি আহ্বান কৰিবলৈ আদেশ দিছে, যেনে আল্লাহ তালাই কৈছে-হে প্ৰিয় নবী আমি নিশ্চয়কৈ তোমাক পঠিয়াইছো এজন সাক্ষীৰূপে, আৰু এজন সুসংবাদদাতাৰূপে, আৰু এজন সতৰ্ককাৰীৰূপে, আৰু আল্লাহৰ প্ৰতি তেওঁৰ অনুমতিক্ৰমে এজন আহ্বায়কৰূপে, আৰু এটি উজ্জ্বল প্ৰদীপৰূপে। (আল-আহজাবঃ-৪৫-৪৬)

 يَا أَيُّهَا النَّبِيُّ إِنَّا أَرْسَلْنَاكَ شَاهِدًا وَمُبَشِّرًا وَنَذِيرًا (45) وَدَاعِيًا إِلَى اللَّهِ بِإِذْنِهِ وَسِرَاجًا مُنِيرًا (46)

 

আৰু লগতে মোহাম্মদ () ক ভাল চৰিত্ৰৰ মালিক বনাইছে যেনে আল্লাহ তালাই কৈছে-আৰু নিসন্দেহে তুমি সুমহান চৰিত্ৰত অধিষ্ঠিত। (আল-কলমঃ-৪)

وَإِنَّكَ لَعَلَى خُلُقٍ عَظِيمٍ (4)

 

 ৰাছূল () ৰ চৰিত্ৰৰ বিষয়ে সকলো মানৱ জাতি প্ৰভাৱিত,যাৰ মাজত বহুত অমুছলিম সকলোও আছে, যি সকলে ৰাছূল ()ৰ গুণ-গান গাইছে আৰু প্ৰকাশ কৰিছে। তেখেতৰ মাজৰ পৰা কিছুমানৰ নাম তলত উল্লেখ কৰা হৈছে--

 

সূচীপত্ৰ

 

মোহন দাস কৰম চাদ গান্ধী (১৮৪৮-১৮৬৯-কংগ্ৰছৰ নিৰ্দেশনা)

মই আগতেই এই কথা বেছি ভালকৈ বিশ্বাস ৰাখিছিলো যে ইছলাম ধৰ্ম তৰোৱালৰ দ্বাৰা প্ৰচাৰ হোৱা নাই। কাৰণ হ’ল যে নবী (ﷺ) নিজকে ত্যাগ কৰিছিল হিমাহীন সৰলতা, নিজৰ চুক্তি পৰিপূৰ্ণ কৰি তুলা, নিজৰ বন্ধুৰ লগত বেছি ভ্ৰাতৃত্ব, সাহসী, দয়ালু, নিজৰ কাম আৰু আল্লাহৰ ওপৰত পৰিপূৰ্ণ হিচাপে ঈমান।

 

লামাৰ টাইন (১৭৯০-১৮৬৯-ফ্ৰাঞ্চছিছি ৰাইটাৰ্স, লেখক আৰু ৰাজনৈতিক নেতা)

যদি আজমতৰ লক্ষ্য, সম্মদৰ কমি আৰু দৃঢ় বিশ্বাসৰ অধিকাৰৰ ফলাফলে মানুহৰ জেৰকিৰ প্ৰতিচ্ছবি হয় সেয়েই কোন হ’ব ? যিয়ে নতুন ইনছানি ইতিহাসত কোনো ব্যক্তি মোহাম্মদ (ﷺ)ৰ প্ৰতিযোগিতা কৰিবলৈ পাৰে ? দুনিয়াৰ নেতৃত্ত্ব মানুহে মাত্ৰ অস্ত্ৰ, প্ৰবিধান আৰু ৰাজত্ব বনালে। তেওঁ যদি কোনো বস্তুৰ বুনিয়াদ ৰাখিছে যিটো বেছি অংশ বস্তুগত শক্তিত সংযুক্ত আছিল। সেয়েই তেওঁৰ সন্মুখত ক্ষয়ৰ শিকাৰ হয়। কিন্তু তেওঁ সেইসময়ত দুনিয়াৰ এক তৃতীয় অংশত নিজৰ প্ৰভাৱ সংযুক্ত কৰিছে। আৰু তাতোকৈ অধিক বেদি, ধৰ্ম, তত্ত্ব, আৰু আত্মাক প্ৰভাৱিত কৰিছে। জয়ৰ বাবে ধৈৰ্য্য, উলোল-আজমি যিটো দেশৰ জয় কৰাৰ বাবে নহয় গতিকে এটা তত্ত্ব আছিল, না শেষ হোৱাৰ দোআ, আল্লাহৰ পৰা অন্ধিসন্ধি, মৃত্যু আৰু মৃত্যুৰ পিছত পাবলাগিয়া ফলাফল সমূহ তাৰ দলিল, আৰু সেইটো ধোকা নাছিল গতিকে এই সকলোবোৰ কথা এইটো দলিল তাৰ পৰিপূৰ্ণ দৃঢ় বিশ্বাসে তাক শক্তি প্ৰদান কৰি এটা আকীদাহৰ জীৱিত কৰা হয়।

 

এই আকীদাহ দুই অভিমুখ আছিল, এটা আল্লাহ তালাক এক জনা আৰু দ্বিতীয় হ’ল আল্লাহৰ বাহিৰে বস্তুগত শক্তি হয়। প্ৰথম অভিমুখ হ’ল আল্লাহ কি? দ্বিতীয় হ’ল আল্লাহ কি নহয়? দাৰ্শনিক, খতিব, পায়গাম্বৰ, প্ৰবিধানকাৰী মৰ্দে ময়দান, ফাতেহ তত্ত্ব যোক্তিক আকীদাক জীৱিতকাৰী, বিশ্ব পৃথিৱী আৰু আত্মাৰ ৰাজত্বৰ বানী আছিল। প্ৰত্যেক গুণ যিটো কোনো মানুহৰ বিবৰ্ধিত কৰিব পাৰো, আমি এইটো হক কবলৈ সক্ষম যে কোনো ব্যক্তি তাতোকৈ মহান মানুহ আছিল নে ?

 

এডোৰ্ড্ড গাৱন (১৭৩৭-১৭৯৪-ইংৰাজী ইতিহাসব্যক্তি আৰু ৰাজনৈতিক নেতা)

এইটো প্ৰচাৰণা নহয় গতিকে এইটো ইছলাম সদায় থাকিবলগিয়া ধৰ্ম যিটো আমাৰ আচৰিত ভাৱে ভাৱিবলগীয়া কথা, সেইটো প্ৰাকৃতিক আৰু প্ৰভাৱিত কৰিবলগিয়া যিটো মক্কাহ আৰু মাদীনাত হৈছে আৰু আজি বাৰ শতাব্দী পাৰ হৈ হিন্দুস্তান, তুৰ্কী, আৰু আফৰিকাত ইছলাম ধৰ্ম হিফাজতত আছে।

 

বোছৰাথ ছিম্থ (১৭৮৪-১৮৮৪-আমেৰিকা পৰোটেস্টেন্ট পোস্ট)

তেওঁ অকলে ছিজাৰ্ আৰু পোপ আছিল, সেয়েই এনেকোৱা পোপ যাৰ লগত কোনো দাবি নাছিল আৰু এনেকোৱা ছিজাৰ্ যাৰ লগত কোনো সৈন্যবাহিনী নাছিল যদি কোনো ব্যক্তিক এই কথা সুধা হয় যে সৈন্যবাহিনী, মহাফিজ, মহলৰ বাহিৰে কোনোৱে ইলাহি মতে ৰাজত্ব কৰিছে তেন্তে তাৰ উত্তৰ হ’ব মহাম্মদ(ﷺ)।

 

মিনিট গোমৰী ৱাট (ছেকাটিশ্ব ইতিহাসব্যক্তি ১৯০৯-২০০৬)

নিজৰ দৃঢ় বিশ্বাসৰ নিমিত্তে কষ্ট কৰা ব্যক্তি, আৰু তাৰ কৰ্তব্যপৰায়ণকাৰীয়ে আৰু তাৰ ওপৰত ঈমান আনাসকলৰ ডাঙৰ চৰিত্ৰ, তাক নিজৰ মালিক বুলি ভাবিছিল আৰু তাৰ মহান সফলতা তাৰ বুনিয়াদী ও সত্যতা পৰিপূৰ্ণ উদাহৰণ।

 

জিম্জ এ মিশ্বনৰঃ- (১৯০৭-১৯৯৭ মুৰব্বী পুৰুষ্কাৰ পোৱা আমেৰিকাৰ লেখক)

মোহাম্মদ (ﷺ), পৰিপূৰ্ণ আক্ৰান্ত মানুহ আছিল। যিয়ে ইছলামৰ বুনিয়াদ ৰাখিছে ৫৭০ খ্ৰীষ্টাব্দত আৰু তেওঁৰ জন্ম আৰব দেশৰ এনেকোৱা জাতিত যিসকলে মূৰ্তি পূজা কৰিছিল। জন্ম হোৱাৰ সময়ত অনাথ আছিল। তেওঁ সদায় দুখিয়া, বিধৱা, আৰু অনাথ, গোলাম, আৰু নিপীড়িতসকলৰ লগত ভাল ব্যৱহাৰ আৰু চোৱা-চিতা কৰিছিল। বিছ বছৰ বয়সত তেওঁ সফলতা ব্যক্তি হিচাপে ব্যৱসায়ী হ’ল, আৰু লগে লগে এক বিধৱা মহিলাৰ মৰুযাত্ৰীদল-দায়িত্ব হ’ল আৰু পঁচিশ বছৰ বয়সত তেঁও তাৰ মালিকা খাদীজাৰ লগত বিয়া পাতিল আৰু এই মহিলা তেওঁতকৈ পোন্ধৰ বছৰৰ ডাঙৰ আছিল তথাপিও তেওঁ বিয়া পাতিছিল। আৰু যেতিয়ালৈকে তেওঁৰ স্ত্ৰী খাদিজা (رضي الله عنها) জীৱিত আছিল তেওঁ দ্বিতীয় কোনো বিয়া পাতা নাছিল।

 

মোহাম্মদ (ﷺ)ৰ আগৰ আম্বীয়াসকলৰ দৰে, তেওঁ আল্লাহ তালাৰ পয়গাম পোহচাই দিবলৈ নিজৰ জীৱনৰ লগত যুদ্ধ আৰাম্ভ কৰিলে, কিন্তু ফাৰিস্তায়ে তাক ক’লে পঢ়া, আৰু মই জনা মতে মোহাম্মদ (ﷺ)লিখা-পঢ়া নাছিল, কিন্তু তেওঁ মহান শব্দৰে আৰাম্ভনী কৰি দুনিয়াৰ ডাঙৰ স্থান ৰাজবিদ্ৰোহ সৃষ্টি কৰিলে, অৰ্থাত আল্লাহ এজন অদ্বিতীয়, মোহাম্মদ প্ৰত্যেক আমলত সঠিক ভাৱে সত্যবাদী আছিল। যেতিয়া তাৰ পুত্ৰ ইব্ৰাহীমৰ মৃত্যু হয় তেতিয়া চন্দ্ৰ গ্ৰহণ লাগিছিল আৰু মানুহে কবলৈ ধৰিলৈ যে এই গ্ৰহণ ইব্ৰাহীমৰ মৃত্যুৰ কাৰণে হৈছে। তদুপৰিও মোহাম্মদ (ﷺ)ৰ বিষয়ে কোৱা হয় যে তেওঁ কৈছিল, গ্ৰহণ এইটো এটা প্ৰাকৃতিক বস্তু, এইটো কোনো মানুহৰ মৃত্যু ও জীৱনৰ লগত সম্পৰ্ক কৰা বুৰ্বক হ’ব।

 

মীচল ইছ হাৰ্টঃ- (১৯৩২ আৰ্থ ফিজ্জছট, লেখক, The 100)

দুনিয়াৰ সবাতোকৈ ডাঙৰ প্ৰভাৱিত মানুহৰ সূচীপত্ৰত মোহাম্মদ (ﷺ)ক সৰ্বপ্ৰথম ৰখাৰ কাৰণে কিছুমান মানুহ আচৰিত হয় আৰু কিছুমান মানুহে এই বিষয়ে প্ৰশ্ন কৰে যে তাক প্ৰথম ৰাখিছে কিয় ? কিন্তু মানুহৰ বুৰঞ্জীত তেওঁ এজন ব্যক্তি যিয়ে ধাৰ্মিক আৰু ধৰ্মনিৰপেক্ষ দুয়ো ফালে সফল আছিল।

 

থাম্ছ কিৰাই-ইলঃ-(১৭৯৫-১৮৮১ ছিকাটিশ্ব লেখক, ইতিহাসব্যক্তি)

এজন মানুহ অকলে কেনেকৈ যুদ্ধকাৰী জাতি আৰু গাৱলীয়া জাতিক একেলগে কৰি দুই ভাইৰ নিচিনা বনাই এটা শক্তিশালী আৰু ভাল চৰিত্ৰ জাতি বনালে।

 

ছিটেনলী লেন পুলঃ-(১৮৫৪-১৯৩১ বাৰ্তানী প্ৰত্নতত্ত্ব বিশেষজ্ঞতা, শিক্ষক)

মোহাম্মদ (ﷺ)ৰ কথা-বতৰা নৰ্ম আৰু কবুলকৰিবলগীয়া আছিল। যদি কোনোৱাই তাক হঠাত দেখিছে তেন্তে তাৰ অন্তৰ তাকাদ্দুছৰে ভৰিলেহেঁতেন। যিসকল তাৰ ওচৰত আহিছিল তেওঁলোক তাৰ চেনেহৰ জালত পৰিছিল। আৰু মানুহে তাৰ বিষয়ে সদায় কৈছিল যে আমি এনেকোৱা আগত দেখা নাই। তেওঁ কথা কম কৈছিল আৰু যেতিয়া কথা কৈছিল তেতিয়া সুন্ধৰ কৈ ভালদেৰে কৈছিল যেনে তাৰ কথা একোৱে এৰি দিব নোৱাৰে।

 

জাৰজ ব্ৰেন্ডশ্বাঃ-(১৮৫৬-১৯৫০ আইৰশ্ব লেখক)

মোৰ দৃঢ় বিশ্বাস হয় যে যদি মোহাম্মদ (ﷺ)ৰ দৰে মানুহক নতুন দুনীয়াত ৰাজত্ব পাই যায় তেন্তে এই দুনিয়াৰ বহুত সমস্যাসমাধান হোৱাত সাফল্য পালেহেঁতেন আৰু এই দুনিয়াত দৰকাৰ শান্তি ও আনন্দ দিলেহেঁতেন। মোৰ পিনে তেওঁ খ্ৰীষ্টান ধৰ্মৰ বিৰুদ্ধি নাছিল। তাক ইনছানিয়াতৰ মনজা কোৱা হয় যেন। মই মোহাম্মদ (ﷺ) ক ঈমানৰ বিষেয় ভবিষ্যদ্বাণী  কৰিছো তেওঁ কালি ইউৰোপ বাবে কবুলকাৰী হ’ব যেনে তেওঁ আজি ইউৰোপৰ বাবে কবুল হোৱা আৰম্ভ হ’বলৈ ধৰিছে।

 

এম এচ্ছ হেন্ড মেনঃ-(১৮৪২-১৯২১ লেখক)

বৈজ্ঞানিক মোহাম্মদ (ﷺ) য়ে সধাৰণ মানুহৰ নিচিনা জীৱন-জাপন কৰিছিল তেওঁ ৰিছালতৰ বাহিৰে কোনো বস্তুৰ দাবি নাছিল। মানুহ তেতিয়া ঈমান আনিছিল যেতিয়া দৰিদ্ৰ্য আৰু বিপৰ্যয় গেৰি হৈ আছিল। আৰু সেইসময়ত দৃঢ় বিশ্বাস কৰিছিল যেতিয়া তেওঁৰ কোনো ডাঙৰ ৰাজত্ব নাছিল। তেওঁ এজন ভাল চৰিত্ৰৰ মানুহ আছিল যিয়ে নিজৰ আৰু নিজৰ প্ৰতিপালকৰ সহায়ত ভৰষা কৰিছিল। তাৰ জীৱনত কোনো ধৰনৰ গোপনি চুক নাছিল। আৰু মৃ্ত্যুৰ পিছত কোনো আছৰাৰ নাছিল।

 

অধ্যাপক  ৰামা কিশ্বনা ৰাওঃ-(১৯৩২ দাৰ্শনিক, শিক্ষক, গৱেষক আৰু লেখক)

এজন ঈমানদাৰ ব্যক্তি আল্লাহ তালাৰ উচ্চ কামত আছিল আৰু মোহাম্মদ (ﷺ) ঈমানদাৰৰ পৰাও বেছি আছিল। তেওঁ হাঁড়ৰ ভিতৰ পৰ্যন্ত্য পৰিপূৰ্ণ মানুহ আছিল। ইনছানী সহানুভুতি, ইনছানী মোহাব্বাত তাৰ আত্মাৰ গীত আছিল। মানৱজাতিৰ খিদমত কৰা, উচ্চতা দিয়া, প্ৰকৃত্য কৰা আৰু জ্ঞান দিয়া, তদুপৰিও এনেকোৱা কব পাৰি যে মানুহক মানুহ বনোৱা তাৰ মিশ্বনৰ লক্ষ্য আছিল। চিন্তা, উচ্চ চৰিত্ৰ, মানুহৰ সাফল্য তাৰ বাবে নিৰ্ভৰযোগ্য জীৱনৰ বুনিয়াদি মিশ্বন আছিল।

 

বাৰ টেৰেন্ড ৰাছলঃ-(১৮৭২-১৯৭০ দাৰ্শনিক, যোক্তিকী, ইতিহাসব্যক্তি)

পূৱ ফালৰ অগ্ৰাধিকাৰ মাত্ৰ সৈন্যবাহিনী নাছিল। মোহাম্মদ (ﷺ)ৰ কালত বিজ্ঞান, ফলছাফা, ফন আৰু আদব এক সময়ত আছিল সেইসময়ত আগবাঢ়ি আছিল যি সময়ত ইউৰোপ অজ্ঞাতাত আছিল ইউৰোপি সকলে সেই কালটো বেজাৰ বুলি কবলৈ ধৰিলে গতিকে আমি এই কালটো ইউৰোপৰ বাবে জাহিলিয়তৰ কাল আছিল । ইছপেইন যিটো সেই সময়ত ইছলামী ৰাজত্ব আছিল সেয়েই মহান সংস্কৃতি হিচাপে আগবাঢ়ি আছিল।

 

এচ্ছ এন ছিপীলডিং-(Professor Oxford University)

মোহাম্মদ (ﷺ) মাশ্বিয়তে এজদিৰ অংশত সবাতোকৈ মহান ব্যক্তি আছিল। বেলেগ আম্বীয়াৰ দৰে তেওঁ জ্ঞান ৰাখিছিল যে এদিন পৰিপূৰ্ণ মানৱজাতি এটা কমিনিটীৰ ৰূপ ল’ব।

 

হছ-টন ছিম্থঃ-(১৯১৯ আমৰেকি গৱেষক)

মোহাম্মদ (ﷺ) মাদিনাৰ বাবে সনন্দ আছিল لا اکراہ فی الدین যি কোৰআনৰ পৰা লোৱা হৈছিল অত্যন্ত সৱধানৰ দৰে আছে। আমাৰ মতে ইনছানী তাৰিখত এইটো ধাৰ্মিকৰ স্বাধিনতাৰ সৰ্বপ্ৰথম বিল।

 

বী মাৰ গোলিউথঃ-(১৮৫৮-১৯৪০ ইলমে শ্বৰ্ক বিশেষজ্ঞতা, গৱেষক)

মোহাম্মদ (ﷺ)ৰ ওপৰত নাজিল হোৱা প্ৰাকৃতিক অদ্বিতীয় কিতাপ। তেওঁ মানুহৰ অন্তৰত আনমিট ইমপ্ৰেশ্বন এৰি থৈ গৈছে। কোনো বস্তু তাৰ আজমতক হাৱি কৰিব নোৱাৰে, কোৰআনে মানুহৰ জ্ঞানৰ চিন্তা-ধাৰণা বদলাই অসম্ভব অনিৰ্বচনীয় বয়ান সাফল্য পৰা সংবেদনশীলতা কৰালে।

 

জে এচ্ছ ডীনিছনঃ-(লেখক)

মোহাম্মদ (ﷺ)য়ে মানৱজাতিক বিলোপৰ পৰা ৰক্ষা কৰিলে।

 

জাৰ্জ ৰেউৰী

মোহাম্মদ (ﷺ)য়ে দুনীয়াৰ ৰাজত্বৰ বুনিয়াদ ৰাখিলে, তেওঁৰ ৰীতি-নীতি সকলোৰ বাবেই একেই আছিল। সকলোৰ বাবে সত্যবিচাৰকাৰী আৰু দয়ালো আছিল।

 

ঈ ছিটীফিন ছনঃ-(১৮৭০-১৯৫৬ পাদৰী)

মোহাম্মদ (ﷺ)ৰ ইছলামৰ পয়গাম ইনছানিয়াত বাবে এটা নিয়ামত। এই আন্ধাৰৰ পৰা পোহৰ লৈ আৰু শ্বয়তানৰ পৰা ৰহমানৰ ফালে ভ্ৰমনৰ অধিনায়ক।

 

ইনছাইকলুপিডিয়া ব্ৰীটাঃ-

মোহাম্মদ (ﷺ) সকলো ধাৰ্মিকসকলৰ মাজত সাফল্য মানুহ আছিল।

 

নীকা লিউছ মমফোৰ্ডঃ- (১৮৯৫-১৯৯০ আমেৰিকা ইতিহাসীক, গৱেষক, সমালোচনাকাৰী)

এই পৃথিৱীৰ মানৱজাতি সেই নবীক বিচাৰা যিয়ে মানুহক সাতশ খ্ৰীষ্টাব্দত তোমালোকক সফলতাৰ পথ দেখুৱাইছিল।

 

জান ৱীলিয়ম ড্ৰীপঃ- (১৮১১-১৮৮২ আমেৰিকা দাৰ্শনিক, বৈজ্ঞানিক, ইতিহাসীক)

মোহাম্মদ (ﷺ)ৰ চৰিত্ৰ আৰু ব্যক্তিত্ব সকলো মানৱজাতিৰ ওপৰত আনমিট ইমপ্ৰেসন এৰি থৈ গৈছে।

 

জীম্ছ গীৱানঃ- (১৯০৭-১৯৯০ America journal)

দুনিয়াৰ মহান পথ নিৰ্দেশনাকাৰী, যিয়ে যোৱা কালত মানৱজাতিৰ ওপৰত প্ৰভাৱ এৰি থৈ গৈছে। মই মোহাম্ম (ﷺ)ক ইয়াছ-ও মাছিহতকৈ অধিক অগ্ৰাধিকাৰ দিওঁ।

 

থাম্ছ কাৰলাইলঃ- (১৭৯৫-১৮৮৮ ইতিহাসীক)

মোহাম্মদ (ﷺ)ৰ কথা প্ৰকৃত অন্তৰৰ পৰা ওলাই আহা ধ্বনি। অথচ তাৰ সমন্ধ বেলেগ ধ্বনি বতাহৰ দৰে। সেই মিছা কথা আমি (খ্ৰীষ্টানে) মোহম্মদ (ﷺ)ৰ বিষয়ে কৈছো, সেইটো আমাৰ বাবে লাজৰ কথা।

 

ছিটীনলী লেন পুলঃ- (১৮৫৪-১৯৩১ বাৰ্তানী প্ৰত্নতত্ত্ব বিশেষজ্ঞতা, শিক্ষক)

তেওঁ এজন আ্ল্লাহৰ প্ৰকৃত নুমাইন্দা আছিল যিয়ে নিজৰ জীৱন আৰম্ভৰ পৰা শেষ পৰ্যন্ত্য কোনোদিন অবিস্মৰনীয় দিয়া নাই যে তেওঁ কি?

 

ছাৰ ৱীলয়াম মোয়ৰঃ- (১৮১৯-১৯০৫ ইলমে শ্বৰ্ক বিশেষজ্ঞতা)

মোহাম্মদ (ﷺ) য়ে মুৰ্তি পূজা সমাপ্ত কৰিলে । তেওঁ তৌহীদ, আল্লাহ তালাৰ অগনণ ৰহমত, ইনছানি ভাত্ৰী, ইয়াতিমক লালন-পালন, গোলামৰ আজাদী আৰু মদক হাৰাম কৰা এই বিলাক প্ৰচাৰ কৰিলে। কোনো ধৰ্মই ইছলাম ধৰ্মৰ দৰে সাফল্য হ’ব নোৱাৰে।

 

জোহান গোথঃ- (১৭৪৯-১৮৩২ জাৰ্মান লেখক, ৰাজনৈতি ব্যক্তি)

মোহাম্মদ (ﷺ) ৰ পয়গাম নিজৰ মহান মন্জীলৰ ফালে স্বচ্ছ, ভাল আৰু তাজা প্ৰবাহৰ দৰে চলিত আছিল।

 

পণ্ডিত ঘীয়ান দ্ৰাদ উ শ্বৰমা শ্বাস্ত্ৰী- (ধাৰ্মিক পথ নিৰ্দেশনা, লেখক)

সকলো সমলোচনাকাৰী অন্ধ। তেওঁলোকে দেখা নাপায় যে তেওঁ এক তৰোৱাল যিটো মাহাম্মদ (ﷺ)য়ে লৈছে সেইটো ৰহম, সহানুভূতি, বন্ধুত্ব আৰু মাফ কৰাৰ তৰোৱাল আছিল। এই তৰোৱাল শুত্ৰুৰ বাবে সফল্য আৰু অন্তৰক পৱিত্ৰ কৰে। তাৰ তৰোৱাল লোহাৰ তৰোৱাল পৰা বেছি ধাৰাল আছিল। ইছলাম ধৰ্মক তানকীদ কৰা ব্যক্তিসকলৰ চুটী জ্ঞান সিহঁতৰ চকু জিহালতৰ পৰ্দা পৰি আছে। তেওঁলোকে পোহৰৰ অবিহনে অগ্নি, সুন্ধৰৰ অবিহনে অসুন্ধৰী, আৰু ভালৰ অবিহনে বেয়া দেখা পায়।সিহঁতে সকলো ভাল বস্তুক বেয়া অৱস্থাত প্ৰকাশ কৰে যিটো তেওঁলোকৰ নিজৰ বেয়া কাম-কাজৰ আক্চ হয়।

 

মেজৰ লিউনাৰ্ডঃ- (১৮৫০-১৯৪৩ সৈন্যবাহিনী মেজৰ, ৰাজনৈতিজ্ঞ, লেখক, আৰু অৰ্থনীতিক বিশেষজ্ঞতা)

যদি এই পৃথিৱীত আচলতে কোনো মানুহে আল্লাহ তালাক পাইছে আৰু নিজৰ জীৱনক অত্যন্ত সযত্বে আল্লাহৰ বাবে মগ্ন হৈছে সেয়েই নিসন্দেহে তেওঁ আৰব দেশৰ নবী মোহাম্মদ (ﷺ) আছিল।

 

প্ৰফেচাৰ ৱী এন পাৰ ছোইডঃ-

মোৰ ওচৰত মোহাম্মদ (ﷺ) এজন সধাৰণ মানুহ আছিল যিয়ে লিখা-পঢ়া নাছিল। আচলতে তেওঁ লিখা-পঢ়া নথকা ব্যক্তি আছিল। আমি চৈধ্য শ বছৰ পুৰ্বৰ কথা কৈছো যে আপুনি কোনো এনেকোৱা ব্যক্তিক জানে যাৰ লিখা-পঢ়া নাই আৰু এনে গভীৰতা হিচাপে বিস্তাৰিত কৰিছে আৰু ঘূষণা কৰে যিটো অসম্ভব সত্য আৰু বৈজ্ঞানিক প্ৰকৃতি হয়?  মই বুজি নাপাওঁ যে এইবিলাক দুৰ্ঘটনা। সকলোবোৰ সত্য ভাষণ। ডাক্তৰ মোৰেৰ দৰে মোৰ জ্ঞান হয়। এই কথাৰ কোনো সন্দেহ নাই যে এইবিলাক ৱাহী নাইবা ইলহাম আছিল যাৰ কাৰণে তেওঁ এনেকোৱা ভাষণ কৈছে।

 

পণ্ডিত হৰী চান আখতৰঃ-

کس نے ذروں کو اٹھایا اور صحراکردیا            کسی نےقطروں کو ملایا اور دریا کردیا،

زندہ ہو جاتے ہیں جو مرتے ہیں حق کے نام پر        اللہ اللہ موت کو کس نے مسیحا کردیا،

کس کی حکمت نے یتیموں کو کیا در یتیم            اور بندوں کوزمانے بھرکا مولا کردیا،

کہہ دیا لا تقنطوا اختر کسی نے کان میں             آدمیت کا عرض ساماں مہیا کردیا،

اور دل ک سر بسر محو تمنا کردیا                 اک عرب نے آدمی کا بول بالا کردیا،

 

আৰু চোৱা

আল্লাহ, আম্বীয়া, ৰাছুল, ফাৰিস্তা, দীনে ৰহমত, খাতামুল আম্বীয়া, মোহাম্মদ (ﷺ)কোন আছিল ? ইত্যাদি।
 

1589 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page