নাৱাকিজে ইছলাম (সেই বিলাক আমল যাৰ কাৰণে মানুহ ইছলামৰ পৰা বাহিৰ হৈ যায়)


ফজিলাতুশ্ব শ্বেখ আব্দুল আজিজ বিন আব্দুল্লাহ বিন বাজ ৰাহিমাহুল্লাহ কৈছে যে- হেৰা মুছলমান তোমালোকক এই জ্ঞান হ’ব লাগে যে আল্লাহ তালাই সাকলো বান্দাক ইছলাম ধৰ্ম মানিবলৈ আৰু তাৰ ওপৰত আমল কৰিবলৈ আৰু যিটো ইছলামৰ বিৰুদ্ধে তাৰ পৰা আতঁৰত থাকিবলৈ ৱাজিব বুলি কৈছে ।আৰু নবী ছাঃ-ক এই বিষয়ৰ প্ৰতি মানুহক আহ্বান কৰিবলৈ পঠিয়াইছে। আৰু আল্লাহ তালাই কৈছে, যি ব্যক্তি নবী ছাঃ-ক অনুহৰণ কৰিব তেওঁ হিদায়াত পাব আৰু যিয়ে অনুহৰণ নকৰে তেওঁ ধংস হ’ব।আৰু বহুত আয়াতত স্বধৰ্মত্যাগীসকলৰ কাৰণ নানা ধৰণৰ শ্বিৰ্ক(অংশীদাৰ) আৰু কুফুৰৰ পৰা ভয় দেখুৱা হৈছে।

 

সূচীপত্ৰ

 

ধৰ্মৰ পৰা স্বধৰ্মত্যাগী কৰা নাৱাকিজ

উলামা সকলে স্বধৰ্মত্যাগীবিষয়ে কয় যে- মুছলমান সকলে নিজৰ ধৰ্মৰ পৰা বহুত নাৱাকিজৰ কাৰণে স্বধৰ্মত্যাগী হ’ব পাৰে যাৰ কাৰণে তেওঁলোকৰ ধন সম্পত্তি আৰু তাক হত্যা কৰা হালাল আৰু তেওঁ ইছলামৰ পৰা দাগা হৈ যায় ইয়াৰ মাজত সবাতোকৈ ডাঙৰ আৰু বেছি হ’ব লগিয়া দহ টা নাৱাকিজ আছে যিটো মুহাম্মদ বিন আব্দুল ৱাহাব আৰু বেলেগ উলামা সকলে বয়ান কৰিছে। সেই দহ নাৱাকিজ তলত বয়ান কৰা হৈছে যাৰ পৰা আপোনালোক আৰু বেলেগক দূৰত ৰাখিবলৈ চেষ্টা কৰিব।

 

আল্লাহ তালাৰ ইবাদতত শ্বিৰ্ক্

আল্লাহ তালাই কৈছে যে-আল্লাহে নিশ্চয় ক্ষমা নকৰে তেওঁৰ সৈতে (কাৰোবাক) শ্বৰীক কৰা হওক, আৰু তাৰ বাহিৰে সকলো তেওঁ ক্ষমা কৰে যাৰ নিমিত্তে তেওঁ ইচ্ছা কৰে। আৰু যি আল্লাহৰ সৈতে অংশী নিযুক্ত কৰে সি নিশ্চয় বিপথগামী হয় সুদূৰ বিপথত।(আন-নিছাঃ-১১৬)

إِنَّ اللَّهَ لَا يَغْفِرُ أَنْ يُشْرَكَ بِهِ وَيَغْفِرُ مَا دُونَ ذَلِكَ لِمَنْ يَشَاءُ وَمَنْ يُشْرِكْ بِاللَّهِ فَقَدْ ضَلَّ ضَلَالًا بَعِيدًا ( النساء:116)

 

আৰু কৈছে যে—অৱশ্য যিজনে আল্লাহৰ সৈতে অংশীদাৰ নিৰূপণ কৰে, আল্লাহে নিশ্চয় তাৰ নিমিত্তে নিযিদ্ধ কৰিছে স্বৰ্গোদ্যান, আৰু তাৰ আবাসস্থল হৈছে জুই, আৰু অন্যায়কাৰী বিলাকৰ কাৰণে নাথাকিব কোনো সাহায্যকাৰী।(আল-মাইদাঃ-৭২)

إِنَّهُ مَنْ يُشْرِكْ بِاللَّهِ فَقَدْ حَرَّمَ اللَّهُ عَلَيْهِ الْجَنَّةَ وَمَأْوَاهُ النَّارُ وَمَا لِلظَّالِمِينَ مِنْ أَنْصَارٍ (المائدة:72)

 

আৰু তাৰ পৰা মৃত্যু সকলৰক মাতা আৰু সহায় বিচাৰা আৰু তাৰ বাবে নজৰ নিয়াজ যবেহ কৰা যেনেকোৱা কোনো জ্বিন নাইবা কবৰৰ বাবে যবেহ কৰে।

 

আল্লাহ তালাহ আৰু মানুহৰ মাজত যোগাযোগী বনোৱা

আল্লাহ তালাহ আৰু নিজৰ মাজত কোনো যোগাযোগী বা ৱাছিলা বনোৱা যাক তেওঁ মাতে আৰু তাৰ পৰা প্ৰস্তাবিত বিচাৰে আৰু তাৰ ওপৰত ব্ৰাশ্শা কৰে এই সকল মানুহ আচলতে ঐক্য কুফুৰ কৰিলে

 

মুশ্বৰিক আৰু কাফিৰ সকলক, মুশ্বৰিক আৰু কাফিৰ বুজিব লাগিব

যি বেক্তিয়ে মুশ্বৰিকক কাফিৰ নামাতে আৰু তাক কাফিৰ নুবুজে নাইবা তাৰ কুফুৰত সন্দেস হয় নাইবা তাৰ ধৰ্মক শুদ্ধ বুলি কয় তেওঁ আচলতে কাফিৰ হ’ব।

 

যি ব্যক্তি মুহাম্মদ ছাঃ-ৰ পদ্ধতি সবাতোকৈ উত্তম নুবুজে

যি সকলে এই বিস্বাস ৰাখে যে মুহাম্মদ ছাঃ-ৰ বাহিৰে বেলেগ কোনোবাৰ পদ্ধতি ভাল আৰু উত্তম নাইবা মুহাম্মদ ছাঃ-ৰ বাহিৰে বেলেগ কোনোবাৰ আদেশ ভাল অতি প্ৰিয় বুজে যেনে যি বেক্তি তাগোতৰ হুকোম মুহাম্মদ ছাঃ-ৰ হুকোমৰ পৰা বেছি ভাল কয় তেওঁ কাফিৰ হ’ব।

 

শ্বৰিয়াতৰ যিকোনো হুকুমৰ বিষয়ে ঘৃণা কৰা

নবী ছাঃ যি আদেশ লৈ আহিছে সেইবিলাৰ যিকোনো আদেশক ঘৃণা কৰা অথচ তেওঁ আমল কৰে বা নকৰে তেওঁ কাফিৰ হ’ব যেনে আল্লাহ তালাই কৈছে যে-এনেকুৱায়েই কিয়নো আল্লাহে যি অৱতাৰণ কৰিছে সিহঁতে তাকে ঘৃণা কৰে গতিকে তেওঁ সিহঁতৰ কাম-বনক নিষ্ফল কৰি দিছে।(মুহাম্মদঃ-৯)

ذَلِكَ بِأَنَّهُمْ كَرِهُوا مَا أَنْزَلَ اللَّهُ فَأَحْبَطَ أَعْمَالَهُمْ (محمد:9)

 

ইছলাম ধৰ্মক ঠাট্টা কৰা

যি বেক্তিয়ে নবী ছাঃ-ৰ দ্বীনক ঠাট্টা কৰে আৰু ছোৱাব আৰু পাপক ঠাট্টা কৰে তেওঁ কুফুৰ কৰিলে যাৰ দলিল হ’ল(আল-কোৰআন) যে-আৰু তুমি যদি ইহঁতক প্ৰশ্ন কৰা ইহঁতে নিশ্চয় কব—আমিতো কেৱল আলাপ আলোচনা আৰু খেল ধেমালিহে কৰিছিলো। তুমি কোৱা তোমালোকে আল্লাহ আৰু তেওঁৰ বাণীসমূহ আৰু তেওঁৰ ৰাছূলক লৈ ঠাট্টা কৰিছিলানে। ভাও বাহানা নেদেখুৱাবা তোমালোকে অৱশ্যে অবিশ্বাস কৰিছা তোমালোকৰ বিশ্বাস অনাৰ পাচতো।(আত-তৌবাহঃ-৬৫-৬৬)

وَلَئِنْ سَأَلْتَهُمْ لَيَقُولُنَّ إِنَّمَا كُنَّا نَخُوضُ وَنَلْعَبُ قُلْ أَبِاللَّهِ وَآيَاتِهِ وَرَسُولِهِ كُنْتُمْ تَسْتَهْزِئُونَ (65) لَا تَعْتَذِرُوا قَدْ كَفَرْتُمْ بَعْدَ إِيمَانِكُمْ إِنْ نَعْفُ عَنْ طَائِفَةٍ مِنْكُمْ نُعَذِّبْ طَائِفَةً بِأَنَّهُمْ كَانُوا مُجْرِمِينَ (66)(التوبة)

 

যাদু

যি সকলে যাদু দি কোনো ব্যক্তিক আকৰ্ষণ কৰিব আৰু যিয়ে যাদু কৰে আৰু যাদুৰ ওপৰত খুশ্বি হ’ল তেওঁ কুফুৰ কৰিলে যেনে আল্লাহ তালাই কৈছে যে-আৰু এই দুজনে কাকো শিকোৱাও নাই যাতে সিহঁতক ক’ব লাগে—আমি এক পৰীক্ষা মাথোন এতেকে অবিশ্বাস নকৰিবা। (আল-বাকাৰাহঃ-১০২)

وَمَا يُعَلِّمَانِ مِنْ أَحَدٍ حَتَّى يَقُولَا إِنَّمَا نَحْنُ فِتْنَةٌ فَلَا تَكْفُرْ فَيَتَعَلَّمُونَ (البقرة:102)

 

মুছলমাৰ বিৰুদ্বে মুশ্বৰিক সকলক সহায় কৰা

যেনে আল্লাহ তালাই কয় যে-আৰু তোমালোকৰ মাজৰ যিকোনোবাই সিহঁতক মুৰব্বীৰূপে গ্ৰহণ কৰে তেন্তে সি নিসন্দহে সিহঁতৰেই মাজৰ। বাস্তৱতে আল্লাহে পথ নেদেখুৱাই অন্যায়কাৰী সম্প্ৰদায়ক।(আল-মায়দাঃ-৫১)

وَمَنْ يَتَوَلَّهُمْ مِنْكُمْ فَإِنَّهُ مِنْهُمْ إِنَّ اللَّهَ لَا يَهْدِي الْقَوْمَ الظَّالِمِينَ (المائدة:51)

 

যি ব্যক্তিয়ে এই বিস্বাস কৰে যে কিছুমান মানুহক শ্বৰিয়াতে মুহাম্মাদিৰ পৰা ওলিয়াই দিব লাগিব

যেনে খিজিৰ আঃ-ক মুছা আঃ-ৰ শ্বৰিয়াতৰ পৰা ওলিয়াই দিছিল তেতিয়া আইনগত আছিল, যদি আজি কোনোবাই শ্বৰিয়তে মুহাম্মাদিৰ পৰা ওলিয়াই দিব বিচাৰে তেন্তে তেওঁ কাফিৰ হ’ব। যেনে আল্লাহ তালাই কৈছে যে-আৰু যিসকলে ইছলাম (ধৰ্ম) পৰিত্যাগ কৰি অন্য কোনো ধৰ্ম অনুসৰণ কৰে তেনেহ’লে তাৰ পৰা কেতিয়াও সেইটো কবুল কৰা নহ’ব। আৰু আখেৰাতত সি হ’ব ক্ষতিগ্ৰস্তবিলাকৰ অন্তৰ্ভুক্ত।(আল-ইমৰানঃ-৮৫)

وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْهُ وَهُوَ فِي الْآخِرَةِ مِنَ الْخَاسِرِينَ (آل عمران:85)

 

আল্লাহ তালাৰ দ্ধীনৰ পৰা দূৰত থকা

মানে ধৰ্মৰ কোনো জ্ঞান নিশিক্ষা আৰু আমল নকৰা যেনে আল্লাহ তালাই কয় যে-আৰু কোন তাতকৈ বেচি অন্যায়কাৰী যাক তাৰ প্ৰভুৰ নিৰ্দেশসমূহৰ দ্ধাৰা উপদেশ দিয়া হৈছে, তথাপি সি তাৰ পৰা গুচি যায় নিশ্চয় অপৰাধীবিলাকৰ পৰা আমি পৰিণতি আদায় কৰি থাকো।(আছ-ছিজদাহঃ-২২)

وَمَنْ أَظْلَمُ مِمَّنْ ذُكِّرَ بِآيَاتِ رَبِّهِ ثُمَّ أَعْرَضَ عَنْهَا إِنَّا مِنَ الْمُجْرِمِينَ مُنْتَقِمُونَ (السجدة:22)

 

সাবধান

ওপৰত উল্লেখ কৰাএইবিলাক যদি কাৰোবাৰ লগত জোৰ কৈ হয় তেন্তে তেওঁ ইছলামৰ পৰা খাৰিজ নহয়।

 

প্ৰবিধানৱাজয়ীয়াহ আৰু নিজাম (সিস্টেম)

যি বেক্তি এই বিশ্বাস ৰাখিব যে প্ৰবিধানৱাজয়ীয়াহ আৰু নিজাম (সিস্টেম) যিটো মানুহে বনাইছে সেইবিলাক উত্তম নাইবা কোনোবা যদি কয় যে প্ৰবিধানৱাজয়ীয়াহ আৰু নিজাম (সিস্টেম) দুয়ো একেই নাইবা কোনোবাই কয় যে বৰ্তমান ইছলামী নিজাম (সিস্টেম) যোগ্য নহয় মানুহৰ বাবে আৰু কোনো দৰকাৰ নাই তেন্তে তেওঁ লোক কাফিৰ হ’ব।

 

আল্লাহ তালাৰ সীমাবদ্ধতা এই যুগত যুগ্য নহয়

যদি কোনোবা কয় বৰ্তমান যুগত (আল্লাহ তালাৰ নীতি অনুযাইত) চুৰি কৰা মানুহক হাত কাটা আৰু মানুহক হত্যা কৰা এই বিলাক ঠিক নহয় তেন্তে তেওঁ কাফিৰ হ’ব।

 

শ্বৰিয়াতে ইছলামিৰ বাহিৰে বেলেগ হুকুম ব্যৱহাৰ কৰা

যদি কোনো ব্যক্তি কোনো বাণিজ্য নাইবা বিচাৰত ইছলামী শ্বৰিয়ত এৰি বেলেগ কোনো পদ্ধতি ব্যৱহাৰ কৰে যিটো ইছলামি শ্বৰিয়তৰ বাহিৰে হয় উদাহৰণঃ- জিনা, সুদ, মদ, ইছলামি শ্বৰিয়তৰ বাহিৰে বেলেগ নীতি ব্যৱহাৰ কৰা মুছলমানৰ একাদিত্ত ক্ৰমে তেওঁ কাফিৰ হ’ব।

 

আৰু চোৱা

ইছলাম, ঈমান, শ্বিৰ্ক, তৌহীদ, ছূন্নত, ইত্তেবা্ ইত্যাদী.

 

হাৱালা সমূহ

নাৱাকিজে ইছলাম – শ্বেখ মোঃ বিন আব্দুল ৱাহাব।

1245 Views
আমাক সোধৰাওক অথবা আপোনাক সোৰাওক
.
Comments
Top of page